Search This Blog

Thursday, June 5, 2025

এতিয়া কর্কট আৰু মাৰাত্মক বেমাৰ হৈ থকা নাই


           বর্তমান সময়ত বিজ্ঞানীসকলে দিনে-নিশাই গৱেষণা চর্চা কৰি এটা একক এনজাইম আৱিষ্কাৰ কৰিছে আৰু এই এনজাইম কেন্সাৰ কোষে নিজৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ মানে এনজাইম টোক ইন্ধন হিচাপে ব্যৱহাৰ কৰে আৰু টিউমাৰটো ধ্বংস নহয়, ই ইয়াক অনাহাৰ কৰি পেলায়।  

  ALDH4A1 ৰ মাত্ৰা পুনৰুদ্ধাৰ কৰি ড্যুক বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কেন্সাৰৰ শক্তি যোগান মন্থৰ কৰি  সুস্থ কোষৰ ক্ষতি নকৰাকৈ টিউমাৰ দুৰ্বল হ’বলৈ বাধ্য কৰে।  এইটো কেমো নহয়৷  এই প্রক্রিয়াটো বিপাকীয় বিধ্বংসী, নিখুঁত, শক্তিশালী আৰু সম্ভাৱ্যভাৱে সুৰক্ষিত।  প্ৰথমবাৰৰ বাবে চিকিৎসকে ডি এন এ আক্ৰমণ কৰি নহয়, কোষৰ ইঞ্জিনটো ৰিছেট কৰি কেন্সাৰৰ চিকিৎসা কৰিব পাৰিছে।  বিষাক্ত নহোৱা, শক্তি লক্ষ্য কৰি চিকিৎসাৰ নতুন যুগ হয়তো ওচৰ চাপি আহিছে।

No comments:

Post a Comment